Breaking

চৰকাৰে কাৰ কাৰ ক্ষেত্ৰত কেনেধৰণৰ শিথিলতা প্ৰদান কৰিছে দ্বিতীয় পৰ্যায়ৰ লকডাউনত

ক'ৰোনা প্ৰতিৰোধৰ বাবে অহা তিনি মে' লৈকে দিয়া দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ক্ষেত্ৰত চৰকাৰে কিছু শিথিলতা প্ৰদানৰ লগতে কিছু বিশেষ নীতি-নিৰ্দেশনা প্ৰদান কৰিছে ।  যোৱা ২০ এপ্ৰিলত ৰাজ্যৰ মুখ্য সচিবে প্ৰেছ বিবৃতি যোগে সেই নীতি নিৰ্দেশনা সন্দৰ্ভত ৰাজহুৱা কৰিছে । এই নীতি নিৰ্দেশনা অমান্য কৰা সকলক আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লব বুলিও সকীয়াই দিছে । জৰুৰী ক্ষেত্ৰত দিয়া বিশেষ ৰেহাই বা শিথিলতাৰ বিপৰীতে বাকী লকডাউন পূৰ্বৰ দৰেই বাহাল থাকিব বুলি কৈছে । চৰকাৰে কাৰ কাৰ ক্ষেত্ৰত  কেনেধৰণৰ শিথিলতা প্ৰদান কৰিছে বা নীতি-নিৰ্দেশনা জাৰি কৰিছে তলত সেইবোৰ উল্লেখ কৰা হল--
Page 1


Page-2
Page 3


No comments:

Powered by Blogger.